Important Updates

           ইয়াৰ দ্বাৰা অসমীয়া বিভাগৰ ষষ্ঠ ষান্মাসিকৰ ছাত্ৰ- ছাত্ৰীসকলক জনোৱা হয় যে তেওঁলোকে DSE 4(B) কাকতৰ বাবে প্ৰস্তুত কৰা প্ৰকল্পসমূহ অহা ১০ জুলাইৰ ভিতৰত নিজ নিজ তত্ত্বাৱধায়কৰ হাতত জমা দিব লাগিব ৷ তেওঁলোকৰ মৌখিক পৰীক্ষাসমূহ ১৫ আৰু ১৬ জুলাই, ২০২১ তাৰিখে অনুস্থিত হ'ব ৷ সবিশেষ পৰৱৰ্তী সময়ত জাননী আকাৰে জনোৱা হ'ব ৷

 

ড° স্নিগ্ধাৰাণী ৰাভা

বিভাগীয় প্ৰধান

 
Nanda Nath Saikia College
Dhodar Ali, Titabar-785630,
Assam, India
 
Tel: +91 (3771) 248446
Email:  nnscollege@gmail.com
Get in touch
 
Visiting NNSC

Connect with us

Don't have an account yet? Register Now!

Sign in to your account