ইয়াৰ দ্বাৰা অসমীয়া বিভাগৰ ষষ্ঠ ষান্মাসিকৰ ছাত্ৰ- ছাত্ৰীসকলক জনোৱা হয় যে তেওঁলোকে DSE 4(B) কাকতৰ বাবে প্ৰস্তুত কৰা প্ৰকল্পসমূহ অহা ১০ জুলাইৰ ভিতৰত নিজ নিজ তত্ত্বাৱধায়কৰ হাতত জমা দিব লাগিব ৷ তেওঁলোকৰ মৌখিক পৰীক্ষাসমূহ ১৫ আৰু ১৬ জুলাই, ২০২১ তাৰিখে অনুস্থিত হ'ব ৷ সবিশেষ পৰৱৰ্তী সময়ত জাননী আকাৰে জনোৱা হ'ব ৷
ড° স্নিগ্ধাৰাণী ৰাভা
বিভাগীয় প্ৰধান
© Nandanath Saikia College, Titabar. All right reserved.